আই পি ও/এফ পি ও/ৰাইট ইচু কৰক পচপেক্টাচখন/সংক্ষিপ্ত পচপেক্টাচখন পঢ়ক আৰু বিশেষ গুৰুত্ব দিয়ক- আশংকাৰ কাৰকসমূহ যদি থাকে, অসমাপ্ত ইটিগেচন আৰু ডিফল্ট ইচু গ্রহণকাৰীৰ বিত্তীয় বিষয় ইচুৰ আপত্তি কোম্পানীৰ ইতিহাস পৃষ্ঠপোষকৰ অভিজ্ঞতা আৱেদন প্রস্তুতৰ বাবে নীতি-নিৰ্দ্দেশনা কিবা সন্দেশ থাকিলে অফাৰ ডক্যুমেন্টত থকা অভিযোগ বিষয়াৰ লগত যোগাযোগ কৰকI যদি আপুনি নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত প্রমাণ পত্র/ডিমেট একাউন্টৰ ক্রেডিট বা আৱেদন ধনৰ ঘুৰাই পাব লগা ধন পোৱা নাই, ইচু দিয়া কোম্পানীৰ অভিযোগ বিষয়াক বা অফাৰ ডক্যুমেন্টত থকা লীড মেনেজাৰক অভিযোগ কৰক। নকৰিব বজাৰ সম্পৰ্কীয় উৰাবাতৰি বিশ্বাস নকৰিব। ইচু দিওঁতা বা অন্য কাৰোবাৰ প্রশ্নাতীত/স্পষ্ট প্রতিশ্রুতিৰ মতে নকৰিব I বজাৰ ইনডেক্সত চলি থকা অশ্ব দৌৰ বা একেটা উদ্যোগৰ অন্য কোম্পানীৰ/ দলীয় কোম্পানীৰ অংশীদ্বাৰত্বৰ প্রমাণ পত্র মতে বিনিয়োগ নকৰিবI প্রয়োজনীয়ভাৱে উৰ্দ্ধলৈ যাবলৈ ইচু দিয়া কোম্পানীৰ শ্বেয়াৰৰ মূল্যৰ ভিত্তিত বেংকত টকা জমা নকৰিব I উপ-বজাৰ কৰক কেৱল এচ ই বি আই-ৰ অনুমোদিত ষ্টক একচেঞ্জৰ যোগেদি ব্যৱসায়িক লেন-দেন কৰিব I কেৱল এচ ই বি আই অনুমোদিত মধ্যস্থতাকাৰীৰ যোগেদিহে ব্যৱসায়িক লেন-দেন কৰিব I ব্রকাৰৰ লগত একাউন্ট এটা খুলিবলৈ প্রয়োজনীয় সকলো আনুষ্ঠানিকতা (উপভোক্তা পঞ্জীয়ন, উপভোক্তা চুক্তি ফর্ম ইত্যাদি) সম্পূর্ণ কৰক I ’আপোনাৰ চুক্তিখন জানক’ চুক্তিখন বিচাৰক আৰু স্বাক্ষৰ কৰক I কোনো ব্যৱসায়িক লেন-দেন কৰাৰ আগতে আমানতত বিনিয়োগৰ লগত জড়িত সকলো বিপদসংকূল বিষয়ৰ সম্পৰ্কে পঢ়ক আৰু ভালকৈ বুজি লওক I ব্যৱসায়িক লেন-দেন কৰাৰ আগতে আমানত বিনিয়োগ কৰাৰ লগত জড়িত সকলো বিপদসংকূল বিষয়ৰ সম্পৰ্কে ভালদৰে পঢ়ক আৰু বুজি লওক I আপোনাৰ ব্রকাৰৰ লগত ব্যৱসায়িক লেন-দেন কৰাৰ আগতে প্রাসংগিক সকলো প্রশ্ন সোধক I ৰাজহুৱাকৈ পোৱা সকলো তথ্যৰ হিচাব-নিকাচ কৰাৰ পাছত, অত্যাৱশকীয় আৰু যুক্তিসংগত বিচাৰৰ ভিত্তিতহে বিনিয়োগ কৰক I আপোনাৰ ব্রকাৰ/উপ-ব্রকাৰ/জমাকর্ত্তা অংশগ্রহণকাৰীক স্পষ্ট আৰু অদ্ব্যর্থক নির্দেশনা দিয়ক I আপোনাৰ ব্যৱসায়িক লেন-দেন চুক্তিখন লাভ কৰাৰ লগে-লগে পুংখানুপুংখকৈ পৰীক্ষা কৰক I জমাকর্তা অংশগ্রহণকাৰীৰ পৰা পোৱা হল্ডিং ষ্টেটমেন্ট আৰু লেন-দেন সূক্ষ্মভাৱে পর্যালোচনা কৰক I বিনিয়োগৰ সকলো কপি লগত ৰাখক I ডি পি এচ-সমূহে ইচু কৰা ডেলিভাৰী নির্দেশনা শ্লিপ সাৱধানে ৰাখক I ডি আই এচ নম্বৰ আগতে মূদ্রিত হোৱাটো আৰু আপোনাৰ একাউন্ট নম্বৰ(উপভোক্তা আই ডি) পূর্বতে ষ্টাম্প মৰাটো গুৰুত্ব সহকাৰে নিশ্চিত কৰক। যদি আপুনি সঘনাই লেন-দেন নকৰে, তেন্তে আপোনাৰ ডিমেট একাউন্টৰ ফ্রিজিং সুবিধা ব্যৱহাৰ কৰক I নির্দিষ্ট সময়ৰ ভিতৰত প্রয়োজনীয় ধনৰ অংশ আদায় দিয়ক I বিক্রিৰ ক্ষেত্ৰত শ্বেয়াৰ/ডেপজিটৰী শ্লীপ ডেলিভাৰ কৰক আৰু নির্দিষ্ট সময়ত ক্রয়ৰ ক্ষেত্রত মূল্য দিয়ক I নিজে বা আনৰ দ্বাৰা সাধাৰণ সভাত উপস্থিত থাকক আৰু ভোটদান কৰক I নকৰিব আমানতত বন্ধ বজাৰ লেন-দেন নকৰিব I পঞ্জীয়ন নকৰা মধ্যস্থতাকাৰীৰ লগত ব্যৱসায় নকৰিব I অবাস্তৱ ঘুৰাই পাব দিয়া প্রতিশ্রুতিৰ চিকাৰ নহব I কাণ বাগৰা কথা আৰু উৰাবাতৰিত ভিত্তি কৰি বিনিয়োগ নকৰিব I বিনিয়োগত জড়িত সম্ভাৱনাপূর্ণ বিপদসঙ্কুলতা গণনা কৰিবলৈ নাপাহৰিব I বিনিয়োগৰ আকাৰত হর্ঠাত্ হৰহৰাই ওলোৱা বা মূল্য বা গণমাধ্যমৰ পক্ষপাতিত্বমুলক প্রৱন্ধ/ কাহিনী আদিত ভিত্তি কৰা অবিশ্বাসযোগ্য কোম্পানীৰ পৰা কিনাৰ বাবে প্রভাৱিত নহব I সফলতা লাভৰ বাবে জাক বা খেলৰ অনুকৰণ নকৰিব I হট-টিপচ-ৰ দ্বাৰা বিপথে পৰিচালিত নহব I বজাৰৰ সময় নির্দিষ্ট কৰিবলৈ চেষ্টা নকৰিব I আপোনাৰ মন্তব্য/অভিযোগৰ নিৰাময়ৰ বাবে যথোচিত কৰ্তৃপক্ষক জনাবলৈ ইতস্তোত নকৰিব I কতো আপোনাৰ স্বাক্ষৰ কৰা ডিমেট একাউন্টৰ শূণ্য ডেলিভাৰি নির্দেশ শ্লিপ নেৰিব I শূণ্য ডেলিভাৰী নির্দেশ শ্লিপত স্বাক্ষৰ নকৰিব আৰু এইবোৰ সুৰক্ষিতভাৱে ৰাখিবলৈ আৰু প্রয়োজনত পাবলৈ ডেপজিত অংশগ্রহণকাৰী বা ব্রকাৰৰ ওচৰত ৰাখক I আনৰ পৰা ধাৰ লোৱা কৰক সকলো নিয়ম, আইন, ক্রয় নিয়ম, একচেঞ্জৰ দ্বাৰা প্রকাশিত সকলো তথ্যৰ যোগেদি যাওক এচ ই বি আই-ত পঞ্জীকৃত ব্যৱসায়িক সদস্য(টি এম)ৰ যোগেদিহে বা টি এম জনৰ অনুমোদিত একচেঞ্জত পঞ্জীকৃত ব্যক্তিৰ দ্বাৰাহে ব্যৱসায় কৰক অনুমোদিত ব্যক্তিজনৰ লগত লেন-দেন কৰোঁতে টি এম জনৰদ্বাৰা ইচু কৰাটো নিশ্চিত হওক অনুমোদিত ব্যক্তিজনৰ লগত লেন-দেন কৰোঁতে কেৱল টি এম জনৰ যোগেদিহে ব্রকাৰেজ/দিব লগা ধন/মাৰজিন আদি দিয়ক প্রত্যেক সম্পন্ন হোৱা ব্যৱসায়ৰ ক্ষেত্রত ব্যৱসায়ৰ সবিশেষ জনাই নিজস্ব উপভোক্তা আই ডি সহ টি এমজনে সঠিক ভাৱে স্বাক্ষৰ কৰা চুক্তি পত্র লাভ কৰাতো নিশ্চিত কৰক লাভৰ লোনৰ গেৰান্টি দিয়া জমাকৃত ধনৰ ৰিচিভ টি এমৰ পৰা লাভ কৰাটো নিশ্চিত কৰক উপভোক্তা ব্যৱসায়িক সদস্য চুক্তিৰ সমগ্র দিশ বিবেচনা কৰি আগবাঢ়ক আপোনাৰ অধিকাৰ আৰু দায়িত্ব টি এম /ক্নিয়াৰিং সদস্যৰ মুখামুখিকৈ জানক বজাৰত আপোনাৰ স্থানৰ আৰু লাভৰ সৈতে জড়িত বিপদসমূহ জানক আৰু আৱেদন কৰক আপোনাৰ টি এমলৈ/পৰা দৈনিক ভাৱে বজাৰ লাভৰ ভৱিষ্যতত আপোনাৰ স্থান সংগ্রহ কৰক/মূল্য সূচাংক লাভ কৰক নকৰিব লগা সমূহ আপুনি ৰিক্স প্রকাশিত ডক্যুমেন্ট বুজি নাপোৱাকৈ ধাৰ লোৱাৰ কাম আৰম্ভ নকৰিব কোনো উত্পাদনৰ ব্যৱসায় নকৰিব যদিহে আপুনি ইয়াৰ লগত জড়িত বিপদ আৰু ভালফল জনা নাই ব্রকাৰ/উপ-ব্রকাৰৰ লগত লেন-দেন কৰক কেৱল এচ ই বি আই পঞ্জীকৃত ব্রকাৰ/উপ-ব্রকাৰৰ লগত লেন-দেন কৰক ব্রকাৰ/উপ-ব্রকাৰৰ বৈধ এচ ই বি আই প্রমাণ পত্র থকাটো নিশ্চিত কৰক ব্রকাৰ/উপ-ব্রকাৰক বজাৰত ব্যৱসায় কৰিবলৈ অনুমোদন প্রাপ্ত হোৱাতো নিশ্চিত কৰক আপোনাৰ হকে অর্ডাৰ লোৱাৰ সম্পৰ্কে ব্রকাৰ/উপ-ব্রকাৰক স্পষ্টভাৱে জনাওক কার্যক্ষেত্রত নমাৰ আগতে ব্রকাৰ/উপ-ব্রকাৰৰ স্বাক্ষৰ থকা উপভোক্তা পঞ্জীয়ন ফর্ম সজোৰে দাবী কৰক আপোনাৰ ব্রকাৰ/উপ-ব্রকাৰৰ লগত সকলো নির্দেশনা আৰু স্বত্বাৱলী সন্নিবিষ্ট কৰি চুক্তিত আৱদ্ধ হওক প্রত্যেক দিনা কৰা ব্যৱসায়ৰ চুক্তি/ নিশ্চয়তা পত্র বিচাৰক আৰু সকলো বুজা-বুজি/ পৰিসমাপ্তিৰ বিল আদায় কৰক প্রত্যেকখন বিজ্ঞপ্তিৰ বিল বিচাৰক চুক্তিখনত ব্রকাৰৰ নাম,ব্যৱসায়ৰ সময় আৰু সংখ্যা , ব্যৱসায়িক লেন-দেনৰ মূল্য আৰু ব্রকাৰেজ থকাটো নিশ্চিত কৰক একাউন্টৰ সময় ভিত্তিক বিজ্ঞপ্তি বিচাৰক ব্রকাৰৰ ব্যৱসায়িক নামতহে চেক/ড্রাফ ইচু কৰক ধন আদায় দিয়াৰ ৪৮ ঘন্টাৰ ভিতৰতে আদায় দিয়া/ যোগান ধৰাৰ ৰিচিপ্ত লাভ কৰাটো নিশ্চিত কৰক বিবাদৰ ক্ষেত্রত যুক্তিসন্মত সময়ৰ ভিতৰতে এচ ই বি আই বা ষ্টক একচেঞ্জ যিখনত তেওঁ নিজেও এজন সদস্য তাৰ ব্রকাৰ/উপ-ব্রকাৰক অভিযোগৰ ফাইল দাখিল কৰক উপ-ব্রকাৰৰ বিবাদৰ ক্ষেত্রত মূল ব্রকাৰক সর্বোচ্চ ছমাহৰ ভিতৰত জনাওক কোনো ব্যৱসায়িক লেন-দেন চলোৱাৰ আগতে ষ্টক এক্সচেইঞ্জ /এচ ই বি আই-য়ে দিয়া চাৰকুলাৰ,আইন, নিয়ম আদিৰ লগত নিজকে পৰিচিত কৰক নকৰিব অপঞ্জীকৃত ব্রকাৰ, উপ-ব্রকাৰৰ লগত ব্যৱসায়িক লেন-দেন নকৰিব মধ্যস্থতাকাৰীক অনুমোদিত ব্রকাৰেজতকৈ অধিক ধন আদায় নিদিব আনৰ হৈ ব্যৱসায়িক লেন-দেন নকৰিব ফোনত আগতে দিয়া অধিক মূল্যৰ অর্ডাৰৰ লিখিত টোকা ৰাখিবলৈ অৱহেলা নকৰিব দায়বদ্ধতাৰ বাবে আমানতৰ ধন লাভ কৰোতে ব্লেংক ডেলিভাৰী নির্দেশ শ্লিপত স্বাক্ষৰ নকৰিব স্বাক্ষৰ নথকা/নকল চুক্তি /নিশ্চয়তা পত্র গ্রহণ নকৰিব কোনো কৰ্তৃত্ব নথকা ব্যক্তিৰ স্বাক্ষৰ থকা চুক্তি/নিশ্চয়তা পত্র গ্রহণ নকৰিব ব্রকাৰ/উপ-ব্রকাৰক আমানতৰ ধন আদায় দিয়া/কিনাত বিলম্ব নকৰিব প্রলোভিত বিজ্ঞাপনৰ মতে আগ নাবাঢ়িব বজাৰৰ উৰাবাতৰিৰ দ্বাৰা চালিত নহব আৰু ছায়াময় ব্যৱসায়িক লেন-দেন নকৰিব অংশীদাৰী পুঁজি কৰক বিনিয়োগ কৰাৰ আগতে অফাৰ ডক্যুমেন্ট ভালকৈ পঢ়ক মনত ৰাখিব যে অংশীদাৰী পুঁজিত বিনিয়োগ বিপদজনক আৰু আশানুৰুপ ফলাফল নাপাবও পাৰে আপোনাৰ আৱেদন পত্রত বেংক একাউন্ট নম্বৰ উল্লেখ কৰক আপোনাৰ বিনিয়োগ বিষয় আৰু ৰিক্স গ্রহণ কৰিব পৰা সামর্থৰ ভিত্তিতহে কোনো এখন আচঁনিত বিনিয়োগ কৰক মন কৰিব যে কোনো এখন আঁচনিৰ নেট এচেট ভেলু(এন এ ভি)বজাৰৰ অৱস্থা অনুযায়ী সলনি হব পাৰে এখন ওফাৰ ডক্যুমেন্ট/মূল তথ্য স্মাৰক বিনিয়োগ কৰাৰ আগতেই লওক আৰু সাৱধানে পঢ়ক মন কৰিব যে আঁচনি এখনৰ বা পুঁজিৰ আগৰ ফলাফলে আচঁনিখনৰ ভৱিষ্যত ফলাফলৰ ইঙ্গিত বঢ়ন নকৰে আৰু অতীতৰ ফলাফল ভৱিষ্যতে থাকিবও পাৰে নাথাকিবও পাৰে আপুনি বিনিয়োগ কৰা আঁচনিৰ এন এ ভি-টো সদাই ট্রেকত ৰাখক আপুনি বিনিয়োগ কৰা ধনৰ বাবে এখন একাউন্ট বিবৃতি লাভ কৰাটো নিশ্চিত কৰক নকৰিব কেৱল আপোনাক কোনোবাই ইনচেনটিভ,কমিচন বা উপহাৰ দিয়াৰ বাবেই আঁচনি এখনত আপুনি বিনিয়োগ নকৰিব আঁচনিখনৰ/অংশীদাৰী পুঁজিৰ নামটোৰ বাবেই আপুনি সেইখন নচলাব অবাস্তৱ ঘূৰাই পোৱা প্রতিশ্রুতিৰ চিকাৰ নহব বিনিয়োগ লগত জড়িত ৰিক্সৰ টোকা লবলৈ নাপাহৰিব আপোনাৰ সন্দেহ/অভিযোগৰ সমাধানৰ বাবে প্রকৃত কৰ্তৃপক্ষক জনাবলৈ শংকাবোধ নকৰিব কোনো এজেন্ট/ব্রকাৰ ডিলাৰ যাৰ ভাৰতৰ অংশীদাৰী পুঁজি প্রতিষ্ঠানৰ লগত পঞ্জয়ন হোৱা নাই তেনে লোকৰ লগত ব্যৱসায়িক লেন-দেন নকৰিব আমানতৰ বাইবেক কৰক প্রস্তাৱিত বাইবেকৰ বিশেষ প্রস্তাৱ বিষদভাৱে পঢ়ক আৰু ইয়াৰ বাবে ভোট দিয়ক যোৱা কিছু মাহত বজাৰ মূল্যৰ লগত বাইবেকত আগবঢ়োৱা মূল্যৰ আৰু লগতে কোম্পানীটোৰ প্রতিটো শ্বেয়াৰৰ বাবে লাভ,বুক ভেলুৰ তুলনা কৰক আৰু তাৰ ভিত্তিত আগবঢ়োৱা মুল্য যুক্তি সংগত হয় নে বিবেচনা কৰক শ্বেয়াৰৰ টেণ্ডাৰ মৰাৰ বাবে কৰিব লগা আৱেদন প্রস্তুতিৰ নির্দেশনাৱলী ভালকৈ পঢ়ক আপোনাৰ আৱেদন সংগ্রহ কেন্দ্রত যথা সময়ত পৰিছেহি নাই সেই বিষয়ে নিশ্চিত হওক যদি আপুনি সঠিক সময়ত অফাৰ পত্র পোৱা নাই তেন্তে সেই বিষয়ৰ লগত জড়িত ব্যৱসায়িক বেংককর্মীৰ লগত যোগাযোগ কৰক অফাৰ পত্রখনত প্রয়োজনীয় সকলো তথ্য-পাতি আইনমতে পূৰণ কৰক অফাৰ পত্রখনত বিচৰা সকলো তথ্য-পাতিৰ যোগান ধৰক পত্রখনত নির্দেশ কৰাৰ দৰে মুডত(ডাকত দিয়া, কুৰিয়াৰ, হাতে হাতে দিয়া,সাধাৰণ ডাকত দিয়া ইত্যাদি)আৱেদন পত্র প্রেৰণ কৰক যথা সময়ত টেণ্ডাৰৰ বাবে কৰা আৱেদনৰ বাবে কোনো সহাৰি নাপালে ব্যৱসায়িক বেংকটোৰ সেই বিষয়ৰ লগত জড়িত কর্মীৰ লগত যোগাযোগ কৰক কোম্পানীটোৰ বিষয়ে কিবা অভিযোগ থাকিলে পত্রখনত থকা অভিযোগ কেন্দ্রত অভিযোগ দিয়ক যদি আপুনি ভাৱে যে কোম্পানী আইনৰ ব্যৱস্থাসমূহ উলঙ্ঘা কৰা হৈছে তেন্তে আপুনি পঞ্জীয়কৰ লগত যোগাযোগ কৰক বাইবেকটোৰ প্রযোজকৰ বিৰুদ্ধে কিবা অভিযোগ থাকিলে ব্যৱসায়িক বেংকটোৰ লগত যোগাযোগ কৰক নকৰিব লগা সমূহ কেইবাখনো আৱেদন দাখিল নকৰিব আৱেদন পত্রখন আইন মতে পূৰণ কৰিবলৈ নাপাহৰিব আৱেদন পত্র কেইবাখনো নকৰিব আৱেদন পত্রখনত কটা-কূটি নকৰিব ভুল ঠিকনা দি আৱেদন পত্র প্রেৰণ নকৰিব অফাৰটো শেষ হোৱাৰ পাছত আৱেদন পত্র নপঠাব আৱেদন পত্রত সম্পূর্ণ তথ্য দিবলৈ নাপাহৰিব আৱেদন পত্রত স্বাক্ষৰ কৰিবলৈ নাপাহৰিব আৱেদন পত্রত ভুল আৰু পৰস্পৰ বিৰুধী তথ্য নিদিব অফাৰ খোলা কৰিব লগাসমূহ অফাৰটো বিবেচনা আৰু গ্রহণ কৰাৰ আগতে আপুনি নিশ্চিত হওক যে আপুনি সকলো প্রতিযোগিতামূলক অফাৰৰ বিষয়ে সচেতন আৰু পর্যালোচনা কৰিছে প্রতিযোগিতামুলক অফাৰ আৰু ইচুৰ পর্যালোচনাৰ বাবে ৰাষ্ট্রীয় দৈনিক/ৱেভচাইট চাওক মন কৰিব যে যদি অফাৰ পত্রখনত উল্লেখ আছে তেন্তে অফাৰটো গুৰুত্বৰ মাত্রা নিৰ্দ্ধাৰক বিষয়ক অফাৰটো কোম্পানীটোৰ ডিলিচটিঙৰ ফল নেকি এই বিষয়ে পৰীক্ষা কৰিব ডেমাটিয়েলাইজ ইকুইটি শ্বেয়াৰৰ ক্ষেত্রত অফাৰটো শেষ হোৱাৰ আগতেই বিশেষ ডিপোজিটৰী একাউন্ট পোৱাটো নিশ্চিত হওক অফাৰ পত্রত উল্লেখ কৰাৰ দৰে সাৱধানতাৰে হাতে হাতে দিয়া ডক্যুমেন্টৰ দিন/সময় লক্ষ্য কৰক আপুনি গ্রহণ কৰাটোত টেণ্ডাৰ মৰাৰ আগতে অফাৰ পর্যালোচনা শেষ দিনটো(যেনে-অফাৰ শেষ হোৱাৰ আগৰ সাতটা কর্মদিন)অপক্ষা কৰক যদি আপুনি শ্বেয়াৰ টেণ্ডাৰিং উঠাই লব খুজিছে তেন্তে অফাৰটো শেষ হোৱাৰ তিনিটা কর্ম দিনৰ আগতে নির্দিষ্ট সংগ্রহ কেন্দ্রত টেণ্ডাৰ উঠাই লোৱাৰ ফর্ম দাখিল কৰক গ্রহণকৰা ফর্ম, স্থানসলনি কৰা,জমাকৰা নীতি-নির্দেশনা আৰু উঠাই লোৱা ফর্মত স্বাক্ষৰ কৰাতো নিশ্চিত কৰক আৰু এই ফর্মসমূহ একেই ক্রমতে কোম্পানীত দাখিল কৰা হব অফাৰ ডক্যুমেন্ট নোপোৱাৰ ক্ষেত্রত খালী কাগজত প্রয়োজনীয় তথ্য-পাতি সহ আৱেদন কৰি অফাৰৰ পৰা টেণ্ডাৰ লাভ কৰিব বা উঠাই লব পাৰিব নকৰিব লগা সমূহ আপুনি গ্রহণ কৰাটোৰ টেণ্ডাৰ মৰাৰ ক্ষেত্রত অফাৰটোৰ বন্ধ কৰাৰ শেষ দিনটোলৈ অপক্ষা নকৰিব পঠাব লগা টেঞ্চফাৰ ডিডিৰ কিনোতাৰ টেঞ্চফাৰ সবিশেষ পূৰণ লকৰিব বৈধতা নথকা তথ্য-পাতিৰদ্বাৰা অসম্পূর্ণ আৱেদন পূৰণ নকৰিব কালেক্টটিফ বিনিয়োগ আঁচনি কৰিব লগাসমূহ উপলব্ধ আঁচনিখন এচ ই বি আই-ত পঞ্জীকৃত হোৱাটো নিশ্চিত কৰক আঁচনিখনৰ অফাৰ ডক্যুমেন্টটো সাৱধানে পঢ়ক প্রকল্পটোৰ ম্যাদ পৰীক্ষা কৰক পৃষ্ঠপোষকৰ অভিজ্ঞতা আৰু দক্ষতা পৰীক্ষা কৰক উপলব্ধ আচনিৰ ধন /সম্পত্তিৰ স্পষ্ট আৰু বজাৰযোগ্য নাম থকাটো নিশ্চিত কৰক আচনি খনৰ কাম-কাজবোৰ চলাই নিবৰ কাৰণে কালেকটিফ বিনিয়োগ মেনেজমেন্ট কোম্পানীৰ উপযুক্ত আন্তঃগাঠনি আছে নে নাই নিশ্চিত কৰক আঁচনিখনৰ ক্রেডিটৰ হাৰৰ মান নিশ্চয় পৰীক্ষা কৰক আঁচনিখন এপ্রাইজেলৰ বাবে পঠাওক আৰু ইয়াৰ প্ৰতিবেদন চাওক আঁচনি খনৰ বিষয়বোৰ ভালদৰে চাওক যদি আছে আঁচনিখনৰ প্রতিশ্রুতি ফলাফল তুলনা কৰি চাওক প্রতিটো বিত্তীয় বছৰ শেষ হোৱাৰ দুমাহৰ আগত বর্ষিক প্রতিবেদন চি আই এম চি –ৰ সৈতে লাভ কৰাতো নিশ্চিত কৰক। মন কৰিব যে এচ ই বি আই-য়ে বিনিয়োগ হোৱা ধনৰ পুনঃ প্রাপ্তিৰ গ্যাৰেন্টি আৰু দায়িত্ব লব নোৱাৰে নকৰিব লগা সমূহ এচ ই বি আই পঞ্জীয়ন নোহোৱা চি আই এচ-ত বিনিয়োগ নকৰিব নির্দেশনাত্মক ৰিটাৰ্ণৰ দ্বাৰা নচলাব বজাৰৰ উৰাবাতৰি বা বিজ্ঞাপনৰ ওপৰত ভিত্তি কৰি বিনিয়োগ নকৰিব উৎস: বিনিয়োগকাৰীৰ শিক্ষা আৰু সুৰক্ষা নিধি, ভাৰত চৰকাৰ।