বিনিয়োগকাৰীৰ অধিকাৰ বিনিয়োগকাৰীৰ দায়বদ্ধতা পোৱাৰ অধিকাৰ উচিত মূল্য মূল্য/দালালৰ মাচুলৰ প্ৰমাণ সময়মতে পাবলগীয়া আপোনাৰ ধন আৰু/অংশ নিলামৰ জৰিয়তে পোৱা শ্বেয়াৰসমূহ যাক লাভ কৰা হোৱা নাই স্কুৱেৰ আপ ৰাশি য’ত নিলামত ডেলিভাৰী লাভ কৰা হোৱা নাই ব্যৱসায়ী সদস্যৰ পৰা পোৱা তথ্য দায়বদ্ধতা এক সঠিক সদস্য-ভূক্তি চুক্তিত স্বক্ষৰ কৰা এক বৈধ চুক্তি বা ক্ৰয়/বিক্ৰয়ৰ টোকা বৈধ নথি-পত্ৰ আৰু সঠিক স্বাক্ষৰসহ চেকিউৰিটীজৰ ডেলিভাৰ। আপত্তি নিস্পতিৰ বাবে অধিকাৰ- ভুৱা মূল্য অনুপযুক্ত দালাল মাচুল ধন বা শ্বেয়াৰ লাভ কৰাত পলম বিনিয়োগকাৰীৰ অবন্ধুত্বসুলভ কোম্পানী নিশ্চিত দায়বদ্ধতা সময়মতে ধন আদায় দিয়া সময়তে শ্বেয়াৰৰ যোগান সময়মতে হস্তান্তৰকৰণৰ বাবে কোম্পানীলৈ চেকিউৰিটী প্ৰেৰণ অবজেক্সনৰ অধীনত কোম্পানীৰ পৰা লাভ কৰা সকলো নথি-পত্ৰ সময়মতে দাললৈ প্ৰেৰণ। গ্ৰাহকৰ ওচৰত ট্ৰেডিং সদস্যৰ একাউন্ট ষ্টেটমেন্ট দাখিল সকলোবোৰ ট্ৰেডিং সদস্যই নিধি আৰু আমানতৰ কাৰণে গ্ৰাহকৰ বাবে উকলি যোৱা সময়ৰ তিনি মাহৰ ভিতৰত একাউণ্টৰ সম্পূৰ্ণ তথ্য পথিয়াব লাগিব। যদি তাত কোনো ধৰণৰ ভুল থাকে তেন্তে টোকাত সেইটো উল্লেখ থাকিব লাগিব। এইটো ব্যৱসায়ী সদস্যই ৩০ দিনৰ ভিতৰত কৰিব লাগিব। উৎস: বিনিয়োগকাৰীৰ শিক্ষা আৰু সুৰক্ষা নিধি, ভাৰত চৰকাৰ।