১) পোষ্ট অফিচ টাইম ডিপোজিট। ২) ৬ বছৰৰ জাতীয় চাৰ্টিফিকেট। সুদ শতকৰা বছৰি ১২ শতাংশ টকা। ৩) চেভিংচ বেংক পাচবুক বছৰে চক্ৰবৃদ্ধি হাৰত সুদ। ৪) পাঁচ বছৰৰ পোষ্ট অফিচ ৰেকাৰিং ডিপোজিট। সুদ ১১.৫ শতাংশ হাৰ। ৫) ইন্দিৰা বিকাশ পত্ৰ। ৬) হোম চেভিংচ বেংক। ৭) ৭ বছৰীয়া সঞ্চয় চাৰ্টিফিকেট। ৮) ১০ বছৰ ম্যাদী সামাজিক নিৰাপত্তা চাৰ্টিফিকেট। ৯) জীৱন বীমা। ১০) ইউনিট ট্ৰাষ্ট। ১১) ছাত্ৰ-ছাত্ৰীৰ বাবে সঞ্চয়িকা আঁচনি। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰিতু গগৈ।