এটা গোটৰ (সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (এখন মহানগৰ, চহৰ অথবা কেইখনমান চুবুৰীয়া গাঁও আৰু তাৰ চৌপাশৰ সংলগ্ন অঞ্চলটো) থকা প্রায় একে ধৰণৰ বস্তু উপাদন কৰা আৰু একে ধৰণৰ সুযোগ আৰু ভাবুকিৰ সম্মুখীন হোৱা গোট সমূ্হৰ সমষ্টি। এটা শিল্পীৰ গোটৰ সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (সাধাৰণতে গাঁও/উপ-নগৰী সমূহ)থকা হস্তশিল্প/হস্ততাঁতজাত উপাদনৰ ঘৰুৱা গোট সমূহ। এটা প্রতিনিধিত্বমূলক গোটত তেনেকুৱা উপাদক সকল কেতিয়াবা এটা পৰাম্পৰাগত শ্রেণীৰ হয় আৰু পুৰুষানুক্রমে যুগ যুগ ধৰি প্রতিষ্ঠিত বস্তু উপাদন কৰি আহে। প্রকৃততে বহুতো শিল্পীৰ গোট শতিকা জুৰি চলি অহা পুৰণি শিল্পীৰ দল। এধ'ক গোট সম্পর্কে এধ'ক গোট অসম ৰাজ্যৰ গুৱাহাটী জিলাৰ ভিতৰত পৰে। এধ'ক গোটটো 200 জনতকৈও বেছি শিল্পী লৈ গঠিত আৰু 10 টা আত্ম সহায়ক গোটে (SHGs)শক্তিশালী কর্মী দলটোক সহায় কৰি আহিছে। এই কর্মদ্যোমে দিনে দিনে গতি লাভ কৰি আছে। ধাতু শিল্প ধাতুৰ তাঁৰৰ অলংকৰণ কার্য, তৰাকাশী আৰম্ভণিতে মূলত উত্তৰ প্রদেশৰ মইনপুৰীৰ পৰা অহা। এইটো নৱাব সকলৰ পৌৰহিত্যত সমৃদ্ধিশালী হৈ উঠিছিল। আৰম্ভণিতে এইটো খঢ়মৰ (কাঠৰ চেণ্ডেল) বাবে ব্যৱহৃত হৈছিল।ইনলে্ মানে কোনো এটা বস্তুৰ পৃষ্ঠটো অন্য কোনো সামগ্রী ব্যৱহাৰ কৰি অলংকৰণ কৰাটো বুজায়। কাঠৰ অলংকৰণত প্রধানকৈ পিতল বা তাঁমৰ তাঁৰ ব্যৱহাৰ কৰা হয়। উদ্ভিদ আৰু প্রাণীৰ অংকণ কৰা, জ্যামিতিক চানেকি আৰু জালি আর্হিবোৰ লৈ আর্হিবোৰ পৰম্পৰাগত হয়। হাতী দাঁত নিষিদ্ধ হোৱাৰ পিছত প্লাষ্টিক চাদৰবোৰ অলংকৰণ সামগ্রী হিচাপে ব্যৱহাৰ কৰা আৰম্ভ হয়। মইনপুৰী পৰম্পৰাত অলংকৰণৰ আগতে তাঁম, পিতল আৰু ৰূপৰ বস্তু একেলগে পকাই হাতুৰীৰে পিটি চেপেটা কৰি লোৱা হৈছিল। এইটোৱে অলংকৃত পৃষ্ঠটোত ত্রিবর্ণ ৰূপ দিছিল। ব্যৱহৃত কেঁচা মাল মৌলিক উপাদানবোৰ :আব্লুচ কাঠ, শিশু কাঠ অলংকৰণ সামগ্রী :পিতলৰ তাঁৰ, তাঁমৰ তাঁৰ, হাতী দাঁত, প্লাষ্টিক। হাত কৰত, চাকি, বটালি, কাঠৰ হাতুৰী, ফাইল। পদ্ধতি ইনলে্ মানে কোনো এটা বস্তুৰ পৃষ্ঠটো অন্য কোনো সামগ্রী ব্যৱহাৰ কৰি অলংকৰণ কৰাটো বুজায়। কাঠৰ অলংকৰণত প্রধানকৈ পিতল বা তাঁমৰ তাঁৰ ব্যৱহাৰ কৰা হয়। ডাঙৰ কাঠ এডালৰ পৰা বিচৰা আকৃতিৰ কাঠৰ টুকুৰাটো কটাৰ পিছত, আগতে কাগজত আঁকি লোৱা এটা চানেকিটো কাঠৰ টুকুৰাটোলৈ বদলি কৰা হয়। তাঁম বা পিতল ধাতু কোবাই কোবাই পাতল পাত বনায় আৰু মিহি তাঁৰ হিচাপে কটা হয়। কাঠৰ টুকুৰাটো আলসুৱাকৈ ধৰি আৰু টুকুৰিয়াই থাকি অঁকা চানেকিটো হাতুৰী আৰু বটালিৰে কাটি উলিওৱা হয়। পিতল বা তাঁমৰ তাঁৰবোৰ চানেকিৰ খোদিত অংশত হাতুৰীৰে বহুৱাই যোৱা হয়। যদি হাতী দাঁতেৰে অলংকৰণ কৰিব লাগে তেন্তে প্রয়োজনীয় টুকুৰাবোৰ কৰতেৰ কাটি লৈ আঠাৰে চানেকিৰ বিচৰা ঠাইত লগোৱা হয়। পিতলৰ তাঁৰ বা হাতী দাঁতেৰে অলংকৰণ কৰাৰ পিছত কাঠ টুকুৰা ফাইলেৰে ঘহি মসৃণ কৰে আৰু পালিছ কৰি বেছি সুন্দৰ কৰা হয়। কৌশল 1. অলংকৰণ 2. কাটিং 3.মসৃণকৰণ 4.পালিছ কেনেকৈ উপনীত হ'ব বায়ু পথেৰে ভাৰতৰ প্রধান মহানগৰ সমূহ যেনে দিল্লী, কলকাতা, ইম্ফল, আগৰতলা, আইজল, ডিব্রুগড় আৰু যোৰহাট আদিৰ লগত গুৱাহাটী বায়ু পথেৰে সংযুক্ত। দিল্লী আৰু কলকাতা, গুৱাহাটীৰ পৰা মাত্র ডেৰ ঘণ্টাৰ দূৰত্বৰ পথ। স্থল পথেৰে গুৱাহাটীৰ পল্টন বজাৰ ৰে'ল ষ্টেচনটো উত্তৰ-পূৱ সীমান্ত ৰে'লৰ এটা গুৰুত্বপূর্ণ আস্থান। ভাৰতৰ সকলো প্রধান মহানগৰৰ লগতেই ই সুন্দৰ ভাবে সংযুক্ত। ৰে'ল পথৰে নিকটতম ৰে'ল জংছন ৰঙিয়া আৰু নিকটতম ৰে'ল ষ্টেচন পল্টন বজাৰ। প্রধান ৰে'লবোৰ হ'ল কামৰূপ এক্সপ্রেছ (ৰাতিপুৱা 7 বজাত যাত্রাৰম্ভ), ব্রহ্মপুত্র মেইল (নিশা 12-30 বজাত যাত্রাৰম্ভ), ইণ্টাৰ চিটি বঙাইগাঁও এক্সপ্রেছ (আবেলি 5-15 বজাত যাত্রাৰম্ভ), চিফুং মেইল (আবেলি 3-15 বজাত যাত্রাৰম্ভ)। ৰূপায়ণ কৰা এজেঞ্চীৰ বিশদ বিৱৰণ অসম গুৱাহাটী এধ'ক পেছিফিক অ'র্গেনাইজেশ্বন উৎপন্ন দ্রব্যৰ কোড: apo-bm-M-22 উপন্ন দ্রব্যৰ নাম: ঘূৰণীয়া বাটি শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: apo-bm-sb-1 উপন্ন দ্রব্যৰ নাম: চামুচ আদি শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Dhal_Tarwal উপন্ন দ্রব্যৰ নাম: টলভল শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Dhuna_Dani উপন্ন দ্রব্যৰ নাম: গভীৰ শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Dofla_Bati _Cover উপন্ন দ্রব্যৰ নাম: বাটি শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Flower_Pot উপন্ন দ্রব্যৰ নাম: ফুল ৰোৱা পাত্ৰ শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Graps_Leaf উপন্ন দ্রব্যৰ নাম: পাত শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Handle_Chaki উপন্ন দ্রব্যৰ নাম: গভীৰ শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: IceCream_Server উপন্ন দ্রব্যৰ নাম: আইচক্রীম পৰিবেশন পাত্র শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Wall Hanging উপন্ন দ্রব্যৰ নাম: বেৰত ওলোমোৱা বস্তু শিল্পৰ নামসমূহ: ধাতুৰ প্রতিমূর্তি (লোকসংস্কৃতি সম্পন্ন) গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Jhanda উপন্ন দ্রব্যৰ নাম: পতাকা শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Lamp_Stand উপন্ন দ্রব্যৰ নাম: বন্তি শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: LookingMirror উপন্ন দ্রব্যৰ নাম: দাপোণৰ শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Mango_Leaf উপন্ন দ্রব্যৰ নাম: পাত শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Mashroom উপন্ন দ্রব্যৰ নাম: সজোৱা বস্তু শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Momento-1 উপন্ন দ্রব্যৰ নাম: সজোৱা বস্তু শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Momento উপন্ন দ্রব্যৰ নাম: সজোৱা বস্তু শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: PaanBata উপন্ন দ্রব্যৰ নাম: বঁটা শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: PaanCase উপন্ন দ্রব্যৰ নাম: বাকছ শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: PanBata-1 উপন্ন দ্রব্যৰ নাম: বঁটা শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: PanchPradip উপন্ন দ্রব্যৰ নাম: গভীৰ শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Pen_Holder উপন্ন দ্রব্যৰ নাম: কলম ধাৰক শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Prod1 উপন্ন দ্রব্যৰ নাম: সজোৱা বস্তু শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: ServicingBowl-1 উপন্ন দ্রব্যৰ নাম: ঘূৰণীয়া বাটি শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Bowlr উপন্ন দ্রব্যৰ নাম: ঘূৰণীয়া বাটি শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: ServicingHeta উপন্ন দ্রব্যৰ নাম: চামুচ আদি শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: ServicingPot উপন্ন দ্রব্যৰ নাম: পাত্র শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Bowl উপন্ন দ্রব্যৰ নাম: ঘূৰণীয়া বাটি শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: SopPlate-1 উপন্ন দ্রব্যৰ নাম: থাল শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: SopPlate-2 উপন্ন দ্রব্যৰ নাম: থাল শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: SopPlate-3 উপন্ন দ্রব্যৰ নাম: থাল শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: SopPlate উপন্ন দ্রব্যৰ নাম: থাল শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: TablaSet উপন্ন দ্রব্যৰ নাম: মেজ চেট শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: TaditionalBata উপন্ন দ্রব্যৰ নাম: বঁটা শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Plated_Dish উপন্ন দ্রব্যৰ নাম: থাল শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Traditional_Dofla_Bati উপন্ন দ্রব্যৰ নাম: বাটি শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Traditional_Paan_Bata উপন্ন দ্রব্যৰ নাম: পাত্র শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Traditional_Sorai উপন্ন দ্রব্যৰ নাম: সৰু পাত্র শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Tray উপন্ন দ্রব্যৰ নাম: ট্রে শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Wall_Lamp উপন্ন দ্রব্যৰ নাম: দেৱাল লেম্প শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Wine_Glass উপন্ন দ্রব্যৰ নাম: গিলাচ শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: apo-bm-M-22 উপন্ন দ্রব্যৰ নাম: ঘূৰণীয়া বাটি শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Dofla_Bati _Cover উপন্ন দ্রব্যৰ নাম: বাটি শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Handle_Chaki উপন্ন দ্রব্যৰ নাম: গভীৰ শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Lamp_Stand উপন্ন দ্রব্যৰ নাম: বন্তি শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Momento-1 উপন্ন দ্রব্যৰ নাম: সজোৱা বস্তু শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: PaanCase উপন্ন দ্রব্যৰ নাম: বাকছ শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Pen_Holder উপন্ন দ্রব্যৰ নাম: কলম ধাৰক শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: ServicingHeta উপন্ন দ্রব্যৰ নাম: চামুচ আদি শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: SopPlate-2 উপন্ন দ্রব্যৰ নাম: থাল শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Traditional_Dofla_Bati উপন্ন দ্রব্যৰ নাম: বাটি শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎপন্ন দ্রব্যৰ কোড: Wall_Lamp উপন্ন দ্রব্যৰ নাম: দেৱাল বন্তি শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: এধ'ক উৎস: বস্ত্ৰশিল্প মন্ত্ৰালয়, ভাৰত চৰকাৰ।