দীন দয়াল উপাধ্যায় গ্ৰামীন কৌশল যোজনা আচঁনিৰ বৈশিষ্টসমূহ হ'ল গ্ৰাম্যঞ্চলৰ ১৫ৰ পৰা ৩৫ বছৰৰ দৰিদ্ৰ যুৱক যুৱতীৰ বাবে। বিভিন্ন ক্ষেত্ৰত ৩ৰ পৰা ১২ মাহলৈকে দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষনৰ ব্যৱস্থা। অতি কমেও ৭০% প্ৰশিক্ষন সম্পূৰ্ন আৱাসিক। অসমত এই আচঁনিৰ প্ৰ্শিক্ষন আৰু থকা-খোৱাৰ ব্যৱস্থা। অধিক তথ্যৰ বাবে ওচৰৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয় অথবা জিলা গ্ৰামোন্নয়ন অভিকৰন(DRDA)যোগাযোগ কৰক। উৎস: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ।