প্ৰ-পত্ৰ (ক) দুখীয়া পৰিয়ালৰ সমীক্ষা প্ৰ-পত্ৰ উদাহৰণ: ধৰা হওঁক এখন দুখীয়া চহৰবাসীৰ অৱস্থাসমূহ (আৰ্থিক আয়ৰ প্ৰসংগ বাদ দি) এনে ধৰণৰ: ক্ৰমিক নং বাসস্থানৰ অৱস্থা মান মান অনুসৰি লব্ধ গুৰুতৰ নম্বৰ ক) ছাল এচবেষ্টছ্ ৬০ খ) মজিয়া বাজবি ৮০ গ) পানী কোনো ব্যৱস্থা নাই ১০০ ঘ) শৌচাগাৰ ৰাজহুৱা নিসত পায়খানা ৮০ ঙ) শিক্ষাৰ স্তৰ মজলীয়া স্কুল পাচ ৬০ চ) পেছাৰ প্ৰকৃতি অৰ্দ্ধদক্ষ ৮০ ছ) শিশুৰ অৱস্থা কোনো কামত নিযুক্ত নহয় বা স্কুলত নাযায় ৮০ মুঠ ৫৪০ পৰিয়ালৰ গড় গুৰুত্বৰ নম্বৰ ৫৪০/৭= ৭৭.১৪ যেনে ভৱিষ্যতৰ বাবে হিতাধিকাৰী। প্ৰ-পত্ৰ (খ) আৰ্থিক দিশ বাদ দি দাৰিদ্ৰ সীমাৰ তলত অৱস্থানৰ যোগ্যতাৰ মান আৰ্থিক দিশ বাদ দি দাৰিদ্ৰ সীমাৰ (বছৰেকীয়া জনমূৰি আয় ২০,৮৪৫ টকাৰ তলত অৱস্থিত অন্যান্য অৱস্থাৰ বিচাৰত দৰিদ্ৰ সীমাৰ) তলত অৱস্থানৰ যোগ্যতাৰ মান। আয়বৰ্জিত গুৰুত্ব অনুসাৰে নম্বৰ অন্যান্য অৱস্থাৰ প্ৰকাৰ ১০০ ৮০ ৬০ ৪০ ২০ ০ ১) বাসস্থানৰ অৱস্থা (ক) ছাল খেৰৰ ত্ৰিপাল এচবেষ্টছ/টিন কাঠ টাইলচ চিমেন্ট (খ)মজিয়া মাটিৰ বাজৰি ইটা চিমেন্ট কাঠৰ টুকুৰা শিল/মাৰ্বল (২) পানী ৫০০ গজৰ ভিতৰত পানী নাই ৰাজহুৱা হেন্দ পাম্প ৰাজহুৱা দমকল ব্যক্তিগত হেন্দ পাম্প ব্যক্তিগত দমকল ব্যক্তিগত পাইপৰ পানী (৩)শৌচাগাৰ মুকলি ঠাই ৰাজহুৱা নিসত পায়খানা ৰাজহুৱা প’ৰ ফ্লাচ লেটৰিন ব্যক্তিগত নিসত পায়খানা ব্যক্তিগত প’ৰ ফ্লাচ লেটৰিন ব্যক্তিগত স্বাস্থ্যসন্মত পায়খানা (৪) শিক্ষা সকলোৱে নিৰক্ষৰ অন্তত এজন প্ৰাথমিক ২/১ জনে কিছু জানে অন্তত: এজন মজলীয়া পাচ, বাকী কোনোবাই কিছু জানে কোনোবাই পঢ়ি আছে উচ্চ মাধ্যমিক/মেট্ৰিক পাচ/কোনোবাই হয়তো পঢ়ি আছে এজন অন্তত উচ্চতৰ এজন অন্তত: মাধ্যমিক (১০২) পাচ বাকী কোনোবা জনে পঢ়ি আছে এজন অন্তত স্নাতক বাকী কোনোবাই পঢ়ি আছে। কাৰোবাৰ পঢ়া শেষ হৈছে। (৫) পেচা অদক্ষ দিন মজদুৰ/নিবনুৱা বা বেকাৰ অদক্ষ দিন মজদুৰ/নিবনুৱা বা বেকাৰ অৰ্দ্ধদক্ষ/অৰ্দ্ধ নিবনুৱা/মজুৰি ভিত্তিক নিযুক্তি স্ব-নিযুক্তি/ঠেলাচালক ইত্যাদি নিজৰ কৰ্মস্থানত স্ব-নিযুক্তি প্ৰায় ১২ নিজ কৰ্মস্থানত কৰ্মী নিয়োগ (বাৰ মাহে) (৬) শিশুসকলৰ অৱস্থা কৰ্মত নিযুক্তি/স্কুলত নাযায়/স্বাক্ষৰতাৰ বাবে পঢ়া শুনা নকৰে কৰ্মত নিযুক্তি/স্কুলত নাযায়/স্বাক্ষৰতাৰ বাবে পঢ়া শুনা নকৰে কৰ্মত নিযুক্তি/স্কুলত যায় বা নিয়মিতভাৱে শ্ৰেণীত উপস্থিত থাকে। কোনোৱে একো নকৰে। স্কুলত নাযায়। পঢ়া শুনা নকৰে। কৰ্মত নিযুক্তি নহয়/স্কুলত যায়/শ্ৰেণীত মাজে মাজে পাঠদান কৰে কৰ্মত নিযুক্তি নহয়/নিয়মিতভাৱে স্কুলত যায়। শ্ৰেণীত পাঠ গ্ৰহণ কৰে দ্ৰষ্টব্য: ওপৰত দেখুওৱা মানবোৰ ০ ৰ পৰা ১০০ লৈ উদাহৰণ স্বৰূপে দেখুওৱা হ’ল। ইউপিএ চেলৰ পৰামৰ্শ মতে সামূহিক উন্নয়ন সমিতিয়ে স্থানীয় আৰ্থ-সামাজিক পৰিৱেশৰ ওপৰত এই ধৰণে দৰিদ্ৰ পৰিয়াল চিনাক্ত কৰিব পাৰিব। প্ৰ-পত্ৰ (গ) চিহ্নিত দুখীয়া পৰিয়ালৰ দৰিদ্ৰ গুৰুত্ব চিহ্নিত দুখীয়া পৰিয়ালৰ দৰিদ্ৰ গুৰুত্ব (আয়ৰ বাহিৰে অন্যান্য অৱস্থাৰ হিচাপত) পৌৰ সভা ……………………ওৱাৰ্ড নং ……………………………….এলেকাৰ নাম ………...............তাৰিখ........................ খণ্ড-১ ক্ৰমিক নং পৰিয়ালৰ গৰাকী স্ত্ৰীৰ নাম পৰিয়ালৰ বাহিৰে অন্যান্য অৱস্থাৰ মাপকাঠি মৰ্মেৰ নং প্ৰ-পত্ৰত প্ৰদৰ্শিত গুৰুত্ব নম্বৰ ঘৰৰ ছাল ঘৰৰ মজিয়া পানীৰ ব্যৱস্থা শৌচাগাৰ শিক্ষাৰ স্তৰ পেচাৰ প্ৰকৃতি শিশুৰ অৱস্থা মুঠ গুৰুত্বৰ নম্বৰ গড় গুৰুত্বৰ নম্বৰ অগ্ৰাধিকাৰ চয় প্ৰ-পত্ৰৰ অনুযায়ী ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ খণ্ড-২ ক্ৰমিক নং পৰিয়ালৰ পেচা আৰু শিক্ষাৰ কিছু তথ্য সম্পূৰ্ণ নিৰক্ষৰ কিমান জন ৫ ১৪ বছৰ বয়সৰ কিমানজনে পঢ়ি আছে ৫-১৪ বছৰ বয়সৰ কিমানজনে পঢ়ি থকা নাই বয়স্ক মহিলাসকলৰ পেচাৰ নাম (কিমান জন) বয়স্ক পুৰুষসকলৰ পেচাৰ নাম (কিমান জন) বয়স্ক পুৰুষ বয়স্ক মহিলা ল’ৰা ছোৱালী ল’ৰা ছোৱালী ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ প্ৰ-পত্ৰ (ঘ) দৰিদ্ৰ চহৰবাসীৰ মাজত সুযোগ-সুবিধাৰ বিষয়ে অগ্ৰাধিকাৰ পোৱাৰ যোগ্য পয়াল চিনাক্তকৰণৰ মানদণ্ড: ক্ৰমিক নং গুৰুত্ব অনুসৰি নম্বৰ অগ্ৰাধিকাৰ শ্ৰেণী ১) ৮০-১০০ প্ৰথম (সৰ্বাধিক) অগ্ৰাধিকাৰ ২) ৬০-৮০ দ্বিতীয় অগ্ৰাধিকাৰ ৩) ৪০-৬০ তৃতীয় অগ্ৰাধিকাৰ ৪) ২০-৪০ চতুৰ্থ অগ্ৰাধিকাৰ ৫) ০-২০ পঞ্চম অগ্ৰাধিকাৰ ইউপিএ চেলৰ সিদ্ধান্ত মৰ্মে প্ৰতিটো ওৱাৰ্ডত পৰ্য্যায়ক্ৰমে সামূহিক উন্নয়ন সমিতিয়ে ইয়াৰ সহযোগী সমীক্ষা সূচী সংগঠন কৰিব। স্থানীয় সমিতি, উদ্যোগী বয়স্ক মহিলা আৰু পঢ়ি থকা ল’ৰা-ছোৱালীসকলে তথ্য পৰিৱেশনত সহায় কৰিব। দুখীয়া এলেকাৰ কোনো নিৰ্দিষ্ট সুবিধা মতে সকলোৰে উপস্থিতিত তথ্য সংগ্ৰহ কৰা, নথিভূক্ত কৰা হ’ব। প্ৰথমতে সমষ্টিটোক ৭ ৰ দ্বাৰা ভাগ কৰি গড় নম্বৰ আৰু পৰিয়ালৰ অৱস্থা চিনাক্ত কৰা হ’ব। শিক্ষা আৰু পেচাৰ ক্ষেত্ৰত যদি একাধিক পৰিয়ালৰ বিভিন্ন গুৰুত্ব নম্বৰ হয়, অৰ্থাৎ এজন নিৰক্ষৰ, এজন প্ৰাথমিক শিক্ষা পাছ তেতিয়া পৰিয়ালৰ নম্বৰ ১০০+৮০=১৮০÷২=৯০ বা ১০০ ৰ ঘৰত বহিব। প্ৰ-পত্ৰ (ঙ) দুখীয়া পৰিয়ালৰ লোকৰ বিৱৰণ আৰু আয়সীমা পৌৰসভা ……………………… ওৱাৰ্ড নং ……………… এলেকাৰ নাম ………………………………তাৰিখ………………………… ৫ নং স্তম্ভত দেখুৱা পৰিয়ালৰ জনমূৰি মাহিলী আয় উলিয়াবলৈ হ’লে ৪ নং স্তম্ভত দেখুৱা পৰিয়ালৰ মুঠ মাহিলী আয় ৩ নং স্তম্ভৰ পৰিয়ালৰ লোকৰ সংখ্যাৰ দ্বাৰা ভাগ কৰিব লাগিব। যদি এই জনমূৰি গড় আয় ৫ নং স্তম্ভত দেখুৱা ১৭৩৭.১০ টকাৰ তলত হয় তথাপি ৬ নং স্তম্ভত হয় বুলি লিখিব লাগিব আৰি যদি বেছি হয় নিলিখিলেও হ’ব। খণ্ড-১ ক্ৰমিক নং পৰিয়ালৰ পুৰুষ/মহিলা নাম মহিলা প্ৰধান পৰিয়াল হয় নে হয় পৰিয়ালৰ মুঠ জনসংখ্যা পৰিয়ালৰ মুঠ মাহিলী আয় পৰিয়ালৰ মাহিলী জনমূৰি আয় পৰিয়ালটোৰ আয় মাপ কাঠি মতে দৰিদ্ৰ সীমাৰেখাৰ তলত হয়/নহয় হয়/নহয় ১ ২ ৩ ৪ ৫ ৬ ৭ খণ্ড-২ পৰিয়াল জাতি/বৰ্ণ বিন্যাস অনুসূচীত জাতিভূক্ত অনুসূচীত জনজাতিভূক্ত অন্যান্য পিচপৰা শ্ৰেণীভুক্ত অন্যান্য শ্ৰেণীভুক্ত বয়স্ক পুৰুষ বয়স্ক মহিলা মুঠ বয়স্কৰ মাজত অক্ষম ০-৩ বছৰৰ বয়সৰ শিশু ৩-৫ ৩ বছৰৰ বয়সৰ শিশু ৫-১৪ বছৰৰ বয়সৰ শিশু ১৪ বছৰৰ বয়সৰ শিশু মুঠ শিশুৰ ভিতৰত অক্ষম কিমানজন হয়/নহয় হয়/নহয় হয়/নহয় হয়/ নহয় কিমান জন কিমান জন কিমান জন কিমান জন কিমান জন কিমান জন কিমান জন কিমান জন ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ খণ্ড-৩ লিংগ/বয়স অনুযায়ী পৰিয়ালৰ লোকৰ বিন্যাস নিবনুৱা কিমান জন অৰ্দ্ধ নিবনুৱা কিমান জন পুৰুষ মহিলা পুৰুষ মহিলা ২০ ২১ ২২ ২৩ স্ব-নিযুক্তিৰ বাবে মাইক্ৰ’ এন্টাৰপ্ৰাইজ উদ্যোগসমূহৰ নামৰ নমুনা: ক) বিশেষ দক্ষতা বিহীন কৰ্মৰ নমুনা: ১) চাহৰ দোকান ২) লঘু পেকেট খাদ্যৰ দোকান ৩) পাণ তামোলৰ দোকান ৪) ফল তৰকাৰীৰ দোকান ৫) ঠাণ্ডা পানীয়ৰ দোকান ৬) ৰিক্সা চালক ৭) ধোৱাৰ কাম ৮) ফেৰীৱালাৰ কাম ৯) ষ্টেচনাৰী দোকান ১০) গেলামালৰ দোকান ১১) পেকেট গাখীৰৰ দোকান খ) বিশেষ দক্ষতাযুক্ত কৰ্মৰ নমুনা: ১) টি.ভি., ৰেডিঅ’, চি.ডি. আৰু ৰেফ্ৰিজাৰেটৰ মেৰামতি ২) ডিটিপি, ইন্টাৰনেট ব্যৱসায় ৩) মটৰ চাইকেল, স্কুটাৰ আৰু অট’ৰিক্সা মেৰামতি ৪) মটৰ গাড়ী মেৰামতি ৫) পানী মেচিন মেৰামতি ৬) কাঠ মিস্ত্ৰিৰ কাম, ৰাজমিস্ত্ৰিৰ কাম, ৰং কৰা কাম ৭) বৈদ্যুতিক লাইন সংস্থাপন ৮) চিলাই আৰু এম্ব্ৰইদাৰি কাম ৯) ফুলৰ বুকে আৰু পুতলা নিৰ্মাণ কাৰ্য্য ১০) বিউটি পাৰ্লাৰ ১১) চাইন বোৰ্ড লিখা আৰু পেইনটিঙৰ দোকান ১২) ফটো ষ্টুডিঅ’ লিখকৰ নাম: যুগল কোঁৱৰ উৎস: অসম চৰকাৰ