এই আইন পুৰুষ মহিলা উভয়কে সমান বেতন দিয়া আৰু লিঙ্গ বৈষম্য দূৰ কৰি মহিলাক নিযুক্তি দিয়া। এই আইনৰ আচল সুবিধা সমূহ: পুৰুষ মহিলা উভয়কে একে ধৰণৰ কামৰ বাবে সমানে মজুৰি দিয়া। নিযুক্তিৰ ক্ষেত্ৰত মহিলাৰ বিৰুদ্ধে বৈষম্যতা দূৰ কৰা চৰকাৰৰ দ্বাৰা কিবা কামত গোচৰ দিয়া, দাবী কৰা ইত্যাদি শুনিবলৈ বা ঠিৰাং কৰিবলৈ বা গোচৰ শুনিবলৈ আৰু এই আইনৰ সুবিধাসমূহ স্ংগ্ৰহ কৰি গোহাৰি শুনিবৰ কাৰণে অনুসন্ধান কৰা। উৎস: কৃষি খণ্ডত মহিলাৰ ক্ষমতা নিৰ্দেশকাৰী নৈতিক অধিকাৰ।