অনুবন্ধ বি-৩ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন (মাষ্টাৰ ৰোলৰ প্ৰ-পত্ৰ) মাষ্টাৰ ৰোলৰ ক্ৰমিক নং কামৰ নাম: অনুমোদন নং: …………………. অনুমোদনৰ তাৰিখ: …………………… ক্ৰ: নং শ্ৰমিকৰ নাম জব কাৰ্ড নং জাতি এচ চি, এচ টি, অবিচি, আন শ্ৰেণী চেভিংচ একাউন্ট নং (বেংক-পোষ্ট অফিছ) দিন ১ দিন ২ দিন ৩ দিন ৪ দিন ৫ দিন ৬ দিন ৭ আদায় বা বেংকত জমা দিয়া স্বাক্ষৰ বা বাও হাতৰ বুঢ়া আঙুলিৰ চাপ পুৰুষ/মহিলা ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ মুঠ আদায় দিয়া ধন (টকাত) ধন আদায় দিয়াৰ ধৰণ সংখ্যা পোষ্ট অফিছ একাউন্ট নং বেংক একাউন্ট নং মুঠ দিনৰ মুঠ হাজিৰা লোৱা ব্যক্তিৰ স্বাক্ষৰ প্ৰাধিকৃত পৰিদৰ্শকৰ স্বাক্ষৰ শ্ৰমিকৰ বিৱৰণ শ্ৰেণী পুৰুষ মহিলা মুঠ কৃষি কৰ্মী উপান্ত খেতিয়ক ক্ষুদ্ৰ খেতিয়ক গ্ৰাম্য কাৰিকৰ অন্যান্য অনুসূচীত জাতি অনুসূচীত জনজাতি অন্যান্য পিচপৰা শ্ৰেণী অন্যান্য মুঠ সৰ্ব মুঠ সাক্ষীৰ চহী ক্ৰমিক নং নাম জীৱিকা ঠিকনা চহী আৰু তাৰিখ শাৰিৰীকভাৱে অক্ষম ব্যক্তিৰ সংখ্যা প্ৰস্তুত কৰ্তা নাম পদবী তাৰিখ স্বাক্ষৰ ৰিজাওতা নাম পদবী তাৰিখ স্বাক্ষৰ সভাপতিৰ চীল আৰু চহী তাৰিখ পৰিশিষ্ট বি- ৩ মজুৰি শ্লিপৰ আৰ্হি শ্ৰমিকৰ নাম ………………………………………………………………….. ঠিকনা ………………………………………………………………….. জবকাৰ্ড নম্বৰ ………………………………………………………………….. শ্ৰমিকজনে কাম কৰা প্ৰকল্পৰ বিৱৰণ ……………………………………. মাষ্টাৰ ৰোলৰ পৰিচয় ………………………………………………………….. মহাশয়/মহাশয়া, আপুনি ………………… (তাৰিখ) ৰ পৰা …………… (তাৰিখ) লৈ কৰা কামৰ বাবে ………………. (তাৰিখ) ৰ ………….. নম্বৰৰ পে অৰ্ডাৰযোগে …………….. টকা (আখৰত ………………………..) আপোনাৰ নামত জমা হৈছে। সেই ধনৰাশি ব্যক্তিগতভাৱে অথবা কৰ্তৃত্ব প্ৰদান কৰা প্ৰতিনিধিৰ জৰিয়তে ………….. (বেংকৰ শাখাৰ নাম) ৰ পৰা ………………… (তাৰিখ) ত এই মজুৰি শ্লিপ প্ৰদৰ্শন কৰি উলিয়াবলৈ অনুৰোধ জনোৱা হ’ল। ধন্যবাদ আপোনাৰ বিশ্বাসী (কৰ্তৃত্বশীল ব্যক্তিৰ নাম আৰু পদবীৰ লগতে যোগাযোগৰ বিশদ বিৱৰণ) অনুবন্ধ বি-৪ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন মাষ্টাৰ ৰোল জাৰি কৰা কৰ্তৃপক্ষই ৰাখিব লগা ৰেজিষ্টাৰ অৰ্থাৎ ব্লক পৰ্য্যায়ত আঁচনি বিষয়াই ৰাখিব লাগিব ক্ৰমিক নং মাষ্টাৰ ৰোল জাৰি কৰা তাৰিখ মাষ্টাৰ ৰোল নং জাৰি হোৱা কামৰ নাম বিত্তীয় অনুমোদন নং আৰু কামৰ তাৰিখ মাষ্টাৰ ৰোল যি প্ৰতিষ্ঠানৰ নামত জাৰি হৈছে সেই প্ৰতিষ্ঠানৰ নাম মাষ্টাৰ ৰোল লোৱা বিষয়াৰ নাম, পদবী আৰু স্বাক্ষৰ অনুমোদন নং টকা তাৰিখ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ অনুবন্ধ বি-৫ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন গাওঁ পঞ্চায়তে সূচাৰুৰূপে ৰাখিব লগা মাষ্টাৰ ৰোলৰ প্ৰাপ্তী পঞ্জী ক্ৰ:নং মাষ্টাৰ ৰোল নং জাৰি হোৱা কামৰ নাম বিত্তীয় অনুমোদন নং আৰু কামৰ তাৰিখ গাওঁ পঞ্চায়তে কাৰ্য্যকৰী কৰা মাষ্টাৰ ৰোল কামৰ বাবে ক্ৰমিক নং গাওঁ পঞ্চায়তৰ বাদে অন্যান্য প্ৰতিষ্ঠানে কাৰ্য্যকৰী কৰা মাষ্টাৰ ৰোল কামৰ বাবে অনুমোদন নং টকা তাৰিখ আঁচনি বিষয়াই মাষ্টাৰ ৰোল জাৰি কৰা তাৰিখ মাষ্টাৰ ৰোল লোৱা বিষয়াৰ নাম, পদবী আৰু স্বাক্ষৰ গাওঁ পঞ্চায়তে টকা আদায় দিয়া মাষ্টাৰ ৰোল পোৱাৰ তাৰিখ টকা আদায় দিয়া মাষ্টাৰ ৰোল গ্ৰহণ কৰা গাওঁ পঞ্চায়তৰ বিষয়াৰ স্বাক্ষৰ আৰু তাৰিখ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ অনুবন্ধ বি-৬ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন গাওঁ পঞ্চায়তৰ বাদে অন্যান্য ৰূপায়নকাৰী অনুষ্ঠানে ৰাখিব লগা মাষ্টাৰ ৰোলৰ প্ৰাপ্তী পঞ্জী ক্ৰ: নং মাষ্টাৰ ৰোল জাৰি কৰা/ প্ৰাপ্তি কৰাৰ তাৰিখ মাষ্টাৰ ৰোল নং জাৰি হোৱা কামৰ নাম বিত্তীয় অনুমোদন নং আৰু কামৰ তাৰিখ মাষ্টাৰ ৰোল লোৱা বিষয়াৰ নাম, পদবী আৰু স্বাক্ষৰ নথিৰ বাবে গাঁও পঞ্চায়তক, টকা আদায় দিয়া মাষ্টাৰ ৰোল জমা দিয়াৰ তাৰিখ টকা আদায় দিয়া মাষ্টাৰ ৰোল গ্ৰহণ কৰা গাওঁ পঞ্চায়তৰ বিষয়াৰ স্বাক্ষৰ আৰু তাৰিখ অনুমোদন নং টকা তাৰিখ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ অনুবন্ধ বি-৭ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন জব কাৰ্ডৰ বাবে কৰা আবেদনৰ পঞ্জীভুক্ত কৰা পঞ্জীৰ প্ৰফৰ্মা ক্ৰমিক নং: আবেদনকাৰীৰ নাম জব কাৰ্ডৰ বাবে আবেদন পত্ৰ পোৱাৰ তাৰিখ জব কাৰ্ড নং আৰু দিয়াৰ তাৰিখ যদি কোনো কাৰণত জব কাৰ্ড দিয়া নাযায় তেন্তে তাৰ কাৰণ আৰু অন্যান্য অনুবন্ধ বি-৮ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন জব কাৰ্ড পঞ্জীৰ নমুনা জব কাৰ্ড পঞ্জীৰ সূচী ক্ৰমিক নং জব কাৰ্ড নং পৰিয়ালৰ পঞ্জীভুক্ত সদস্যৰ নাম পৃষ্ঠা নং অনুবন্ধ বি-৮ পৃষ্ঠা নং ……….. ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন জব কাৰ্ড পঞ্জীৰ পৃষ্ঠাৰ নমুনা ১) পৰিয়ালৰ পঞ্জীয়ন নং: ২) আবেদনকাৰীৰ/আবেদনকাৰীসকলৰ নাম: ৩) অনুসূচীত জাতি/জনজাতি/IAY/LR beneficiary/BPL: ৪) কামৰ বাবে ইচ্ছুক পৰিয়ালৰ সদস্যৰ বিৱৰণ: ক্ৰমিক নং নাম পিতৃ/স্বামীৰ নাম পুৰুষ/নাৰী পঞ্জীয়নৰ দিনা বয়স ডাকঘৰ/বেংকৰ একাউন্ট নং (যদি আছে) ডাকঘৰ/বেংকৰ কোড ৫) ঠিকনা: ৬) পঞ্জীয়নৰ তাৰিখল আদায়কাৰীৰ স্বাক্ষৰ/টীপ চহী গাঁওবুঢ়া আৰু পঞ্চায়তৰ সম্পাদকৰ স্বাক্ষৰিত পৰিয়ালৰ যুটীয়া ফটো পঞ্জীয়ন কৰ্তৃপক্ষৰ মোহৰ আৰু স্বাক্ষৰ অনুবন্ধ বি-৯ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন নিয়োগ পঞ্জী ক্ৰ: নং নিয়োগৰ আবেদন দিয়া দিনৰ তাৰিখ পিতা/স্বামীৰ নামৰ সৈতে আবেদনকাৰীৰ নাম ঠিকনা জব কাৰ্ড নং আবেদন প্ৰাপ্তিৰ তাৰিখ নিয়োগ লাভৰ দিনৰ তাৰিখ কামত যোগদান দিয়াৰ তাৰিখ কামৰ বিৱৰণ দিনৰ সংখ্যা আদায় দিয়া দিন মজুৰিৰ পৰিমাণ মাষ্টাৰ ৰোলৰ নং যাৰ দ্বাৰা নিয়োগৰ সুবিধা দিয়া হৈছে নিবনুৱা ভাট্টা হিচাপে দিয়া ধনৰ মুঠ পৰিমাণ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ অনুবন্ধ বি-১০ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন কৰ্ম পঞ্জীৰ নমুনা ক্ৰ: নং সামগ্ৰীৰ বিৱৰণ (প্লট নং সহিতে) কামৰ বিৱৰণ অনুমোদন নং আৰু তাৰিখ সম্পূৰ্ণ হোৱাৰ তাৰিখ ৰূপায়ক সংস্থা গাঁও গাঁও পঞ্চায়ত মাষ্টাৰ ৰোলৰ নং মুঠ ব্যয় ব্যক্তি দিব সামাজিক হিচাপ পৰীক্ষণ শেষ হোৱাৰ তাৰিখ কামৰ অৱস্থা আঁচনিৰ আগত আঁচনিৰ মধ্যত আঁচনিৰ শেষত ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ অনুবন্ধ বি-১০ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন সম্পত্তি পঞ্জীৰ প্ৰফৰ্মা সম্পত্তিৰ নাম সম্পত্তিৰ বিৱৰণ (প্লেট নং সহিতে) সম্পত্তিৰ প্ৰকৃত মূল্য গাঁও গাঁও পঞ্চায়ত সম্পত্তি সৃষ্টিৰ তাৰিখ ক্ষমতা অনুসৰি উপকৃত হোৱা অঞ্চল (বৰ্গ মিটাৰত), ঘন মিটাৰ, দৈৰ্ঘ আদি চলিত পৰ্য্যায় (উন্নত আংশিক নিম্ন পৰ্য্যায়ৰ, নিম্ন পৰ্য্যায়ৰ) হাত লোৱা কাম (কৰ্ম পঞ্জীয়ন বহীৰ পৰা কামৰ পৰিচয় নং দিব) ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ অনুবন্ধ বি-১১ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন ব্লক আৰু জিলা পৰ্য্যায়ত ৰাখিব লগা অভিযোগ পঞ্জী ক্ৰ: নং তাৰিখ অভিযোগকাৰীৰ নাম আৰু ঠিকনা ব্লক আৰু গাঁও পঞ্চায়তৰ নাম লোৱা পদক্ষেপ নিষ্পত্তি কৰা দিনৰ তাৰিখ অনুবন্ধ বি- ১২ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইনৰ অধীনত নিয়োগ উদ্ভাৱন ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ক্ৰ: নং জিলা ক খ গ ঘ ১০০ দিন নিয়োগ সম্পূৰ্ণ কৰা পৰিয়ালৰ মুঠ সংখ্যা ভূমি সংস্কাৰৰ উপকাৰ লাভ কৰা পৰিয়ালৰ মুঠ সংখ্যা উপকৃত হোৱা শাৰিৰীক ভাৱে অক্ষম লোকৰ সংখ্যা জব কাৰ্ড দিয়া পৰিয়ালৰ সংখ্যা (দাখিল কৰা মাহলৈকে) দিন হাজিৰাৰ নিয়োগৰ বাবে আবেদন কৰা পৰিয়ালৰ সংখ্যা প্ৰতিবেদনৰ সময়লৈকে মুঠ বনুৱা বাজেটৰ প্ৰাককলন প্ৰতিবেদনৰ সময়লৈকে এতিয়ালৈকে দিন হাজিৰা লাভ কৰা মুঠ পৰিয়ালৰ সংখ্যা (প্ৰতিবেদনৰ সময়লৈকে) এনৰেগাৰ অধীনত কাম কৰি থকা মুঠ পৰিয়ালৰ সংখ্যা (প্ৰতিবেদনৰ সময়ত) মুঠ কৰ্ম দিনৰ বনুৱা বাজেটৰ প্ৰাককলন (প্ৰতিবেদনৰ সময়লৈকে) এতিয়ালৈকে উদ্ভাৱন কৰা কৰ্ম দিনৰ সংখ্যা (লাখ) (প্ৰতিবেদনৰ সময়লৈকে) অনু জাতি অনু জনজাতি অন্যান্য মুঠ অনু জাতি অনু জনজাতি অন্যান্য মুঠ নাৰী ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ মুঠ অনুবন্ধ বি- ১২ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইনৰ অধীনত বিত্তীয় কাম-কাজ লাখৰ হিচাপত ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ক্ৰ: নং জিলা বছৰৰ ১ এপ্ৰিলত আৰম্ভণি পুঁজি ক খ ক খ বিগত বছৰত মুকলি কৰা পুঁজিৰ চলিত বছৰত পোৱা পৰিমাণ চলিত বছৰত মুকলি কৰা পুঁজিৰ পৰিমাণ অন্যান্য স্থানৰ পৰা পোৱা মুঠ উপলব্ধতা মুঠ খৰছৰ ভিত্তিত বনুৱা বাজেটৰ প্ৰাককলনৰ সমূহীয়া হিচাপ আগৰ হিচাপ যোগ কৰি হোৱা খৰছ কেন্দ্ৰ ৰাজ্য কেন্দ্ৰ ৰাজ্য মজুৰীত অৰ্দ্ধ শৈলী আৰু শৈলীগত মজুৰীত সা-সঁজুলিত প্ৰশাসনিক ব্যয় মুঠ বাৰে বাৰে হোৱা বাৰে বাৰে নোহোৱা ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ মুঠ অনুবন্ধ বি-১২ এনৰেগা ৰ অধীনত (চন)______________ ৰ __________________ (মাহ) লৈকে সম্পদ সৃষ্টি উল্লেখ থকা প্ৰকৃত কাৰ্য সম্পাদন সম্পৰ্কীয় মাহেকীয়া অগ্ৰগতিৰ খতিয়ান ৰাজ্যৰ নাম: ক্ৰ নং কামৰ বিৱৰণ জিলাৰ নাম জিলাৰ নাম ৰাজ্যখনৰ এটা ছবি ডাঙি ধৰিবলৈ জিলাবোৰৰ সৰ্বমুঠ সম্পাদিত কাম চলি থকা কাম সম্পাদিত কাম চলি থকা কাম একক খৰচ একক খৰচ একক খৰচ একক খৰচ একক খৰচ একক খৰচ ১ জল সংৰক্ষণ আৰু জলাকৰ্ষণ (নম্বৰ আৰু…) পানীৰ টেংক, পুখুৰী, সৰু বান্ধ ইত্যাদিবোৰৰ খনন কাৰ্য পৃথককৈ উল্লেখ কৰিব লাগিব। নং Cu mt নং Cu. mt নং Cu. mt নং Cu. mt নং Cu. mt নং Cu. mt ২ অন্যবৃষ্টি ৰোধ (নং আৰু হেক্টৰ) (বৃক্ষসংৰক্ষণ, বৃক্ষ ৰোপণ আৰু অন্যান্য কাৰ্য্যসমূহ পৃথককৈ উল্লেখ কৰিব লাগিব) নং হেক্টৰ নং হেক্টৰ নং হেক্টৰ নং হেক্টৰ নং হেক্টৰ নং হেক্টৰ ৩ ক্ষুদ্ৰ জলসিঞ্চনৰ কাম (নং আৰু কি:মি: ত দৈৰ্ঘ্য)(ক্ষুদ্ৰ জলসিঞ্চনৰ বাবে নিৰ্মাণ কৰা নলা আৰু অন্যান্য নিৰ্মাণ কাৰ্য্যসমূহ পৃথককৈ উল্লেখ কৰিব লাগিব) নং কি:মি: নং কি:মি: নং কি:মি: নং কি:মি: নং কি:মি: নং কি:মি: ৪ অনুসুচিত জাতি/জনজাতি, ভূমি সংস্কৰণৰ আৰু IAY ৰ সুবিধা প্ৰাপ্ত আদি লোকসকলৰ ব্যক্তিগত ভূমিত জলসিঞ্চনৰ আঁচনি (প্ৰত্যেক শ্ৰেণীৰ বাবে পৃথককৈ উল্লেখ কৰা থাকিব লাগিব)(নম্বৰত) নং জলসিঞ্চিত এলেকা (হেক্টৰত) নং জলসিঞ্চিত এলেকা (হেক্টৰত) নং জলসিঞ্চিত এলেকা (হেক্টৰত) নং জলসিঞ্চিত এলেকা (হেক্টৰত) নং জলসিঞ্চিত এলেকা (হেক্টৰত) নং জলসিঞ্চিত এলেকা (হেক্টৰত) ৫ (জলাশয়বোৰৰ পুনৰ নিৰ্মাণ কাৰ্য সংখ্যা আৰু cu m)ত (টেংক, পুখুৰী, নলা, মুকলি কুঁৱা আদিবোৰ পৃথককৈ উল্লেখ কৰিব লাগিব) নং Cu mt নং Cu mt নং Cu mt নং Cu mt নং Cu mt নং Cu mt ৬ ভূমি উন্নতিকৰণ (নং আৰু হেক্টৰত) (বৃক্ষৰোপন, ভূমি সমান কৰা আৰু অন্যান্য কাৰ্য্যবোৰ পৃথককৈ উল্লেখ কৰিব লাগিব) নং হেক্টৰ নং হেক্টৰ নং হেক্টৰ নং হেক্টৰ নং হেক্টৰ নং হেক্টৰ ৭ বান নিয়ন্ত্ৰণ আৰু প্ৰতিৰক্ষা (সংখ্যা আৰু দৈৰ্ঘ্য কি:মি:)ত (পানী জমা হৈ ৰোৱা ঠাইবোৰত নদৰ্মা নিৰ্মাণ আৰু পাৰৰ পুণৰ নিৰ্মাণ কাৰ্য্যবোৰ পৃথককৈ উল্লেখ কৰিব লাগিব) নং কি: মি: নং কি: মি: নং কি: মি: নং কি: মি: নং কি: মি: নং কি: মি: ৮ গ্ৰামীন সংযোগ (সংখ্যা আৰু কি:মি: ত দৈৰ্ঘ্য) নং কি: মি: নং কি: মি: নং কি: মি: নং কি: মি: নং কি: মি: নং কি: মি: ৯ গ্ৰাম উন্নয়ন মন্ত্ৰালয়ৰ অনুমোদিত অন্যান্য কাৰ্যসমূহ মুঠ (এককবোৰ সংখ্যাত আৰু খৰচসমূহৰ মুঠ এই শাৰীত দিব লাগিব) বি: দ্ৰ:- ১) “সম্পাদিত কাৰ্য্যৰ” স্তম্ভত দিয়া তথ্যসমূহ দাখিল কৰা মাহলৈকে মুঠ পৰিমাণ দিব লাগিব। ২) প্ৰত্যেক জিলাই জিলা অনুযায়ী পৃথককৈ………… স্তম্ভত (ওপৰত দিয়া “জিলাৰ নাম” ৰ শিতানত) বিতং তথ্য দিব লাগিব আৰু অন্তিম শাৰীত, প্ৰত্যেক কৰ্ম শ্ৰেণীৰ অধীনত, ৰাজ্যখনৰ সকলো এনৰেগা জিলাসমূহৰ সৰ্বমুঠ পৰিমাণ হ’ব লাগিব যাতে ই ৰাজ্যখনৰ এটা প্ৰতিছবি দাঙি ধৰে। অনুবন্ধ বি-১২ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন ৰ অধীনত মাহেকীয়া অগ্ৰগতিৰ খতিয়ান (সচ্ছতাৰ প্ৰতিবেদন) ক্ৰ: নং জিলাৰ নাম পৰীক্ষা কৰা মাষ্টাৰ ৰোলৰ সংখ্যা সামাজিক হিচাপ পৰীক্ষা হোৱাৰ সংখ্যা পৰিদৰ্শন কৰাৰ সংখ্যা (ৰাজ্য, জিলা, ৰাজ্যিক পৰ্য্যায়ত ক্ৰমে ২%, ১০%, ১০০%) অনুষ্ঠিত হোৱা গাঁও সভাৰ সংখ্যা আপত্তি নিষ্পত্তি হোৱাৰ সংখ্যা হ’ব লগা সম্পূৰ্ণ কৰা হ’ব লগা সম্পূৰ্ণ কৰা হ’ব লগা সম্পূৰ্ণ কৰা হ’ব লগা সম্পূৰ্ণ কৰা হ’ব লগা সম্পূৰ্ণ কৰা ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন ৰ অধীনত মাহেকীয়া অগ্ৰগতিৰ খতিয়ান (সক্ষমতা বৃদ্ধিৰ প্ৰতিবেদন) ক্ৰ: নং জিলাৰ নাম গাঁও পঞ্চায়ত পৰ্য্যায়ত ব্লল পৰ্য্যায়ত গ্ৰাম ৰোজগাৰ সহায়ক গাণণিক অভিযন্তা, কাৰিকৰী সহায়ক আঁচনি বিষয়া কম্পিউটাৰ সহায়ক লক্ষ্য সম্পূৰ্ণ কৰা লক্ষ্য সম্পূৰ্ণ কৰা লক্ষ্য সম্পূৰ্ণ কৰা লক্ষ্য সম্পূৰ্ণ কৰা লক্ষ্য সম্পূৰ্ণ কৰা ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ জিলা পৰ্য্যায়ত কাম পৰিচালক আৰু কাৰিকৰী সহায়ক তথ্য পৰিচালক আৰু কম্পিউটাৰ সহায়ক হিচাপ পৰিচালক প্ৰশিক্ষণ সমন্বয়ক সামাজিক হিচাপ পৰীক্ষণ আৰু আপত্তি নিষ্পত্তি সমন্বয়ক লক্ষ্য সম্পূৰ্ণ কৰা লক্ষ্য সম্পূৰ্ণ কৰা লক্ষ্য সম্পূৰ্ণ কৰা লক্ষ্য সম্পূৰ্ণ কৰা লক্ষ্য সম্পূৰ্ণ কৰা ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ অনুবন্ধ বি-১৩ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন কামৰ বিস্তৃত বিৱৰণ (কৰ্মস্থলীত প্ৰদৰ্শিত হ’ব লাগিব) কামৰ নাম: গাঁও/গাঁও পঞ্চায়ত: ……………… বিৱৰণী: বছৰ: প্ৰকল্প (যোজনা): সামগ্ৰী বনুৱা কাৰ্য্যকৰী কৰা প্ৰতিস্থানৰ নাম: কাম সম্পূৰ্ণ কৰা সময়: অনুমোদিত ধনৰ পৰিমাণ: আৰম্ভণি তাৰিখ: প্ৰয়োজনীয় সামগ্ৰী সামগ্ৰীৰ নাম পৰিমাণ দৰ/একক কামৰ কাৰিকৰী বিৱৰণ প্ৰয়োজনীয় বনুৱা শৈলী অৰ্ধশৈলী অশৈলী কৰ্মস্থলীত থকা নথিপত্ৰ : অধিক তথ্যৰ বাবে সম্পূৰ্ণ কৰক: অনুবন্ধ বি-১৪ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন (ৰাজহুৱা স্থানত প্ৰদৰ্শন কৰিবলগীয়া তথ্যসমূহ পঞ্চায়ত/অন্যান্য প্ৰতিস্থানে সম্পাদন কৰা নিৰ্মাণ কাৰ্য্যৰ তথ্য) পঞ্চায়ত সমিতি: জিলা: গাঁও পঞ্চায়ত: ৱাৰ্ড/গাঁও: বছৰ কাৰ্য্যকৰী প্ৰতিস্থান ক্ৰ:নং কামৰ নাম গাঁও ৱাৰ্ড অনুমোদিত ধনৰ পৰিমাণ খৰচৰ পৰিমাণ কামৰ স্থিতি বনুৱা সামগ্ৰী মুঠ বনুৱা সামগ্ৰী মুঠ